পুৱাই মৰহি যায় যৌৱন, | Assamese Status

পুৱাই মৰহি যায় যৌৱন....


পুৱাই মৰহি যায় যৌৱন,

বিলাই যায় এবুকু সুগন্ধি।

মাতাল কৰে সকলোৰে মন,

নিয়ৰ সিক্ত শেৱালি পাহিয়ে।

শৰতৰ আগজাননী যে

এই শেৱালি জোপাই দিয়ে.......।

 -Niyor


Assamese Status| assamese love status


সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ, 

যেতিয়া তাই কৈছিল OPTION বহুত আছে

কিন্তু DECISION মাথো তুমিয়েই ।

Assamese Status| assamese love status

জীৱন.......। Assamese Status

জীৱন.......।


কোনোবা এটা ফাল পোহৰ
কোনোবা এটা ফাল আন্ধাৰ।
তথাপিও জানো থমকি ৰম??
পোৱা নোপোৱাৰ দোমোজাই জীৱন।
কেতিয়াবা আন্ধাৰৰ মাজেৰে দেখা পাওঁ পোহৰৰ ৰেঙনি।
আগবাঢ়ি যাওঁ জীৱন বাটত।
সফল হওঁ নে বিফল হওঁ নাজানো
পিছলি পৰা পথত পুনৰ এবাৰ খোজ দিছো নাজানো জীৱনে কিমানলৈ আগুৱাই নিয়ে।


-Niyor