জীৱন.......। Assamese Status

জীৱন.......।


কোনোবা এটা ফাল পোহৰ
কোনোবা এটা ফাল আন্ধাৰ।
তথাপিও জানো থমকি ৰম??
পোৱা নোপোৱাৰ দোমোজাই জীৱন।
কেতিয়াবা আন্ধাৰৰ মাজেৰে দেখা পাওঁ পোহৰৰ ৰেঙনি।
আগবাঢ়ি যাওঁ জীৱন বাটত।
সফল হওঁ নে বিফল হওঁ নাজানো
পিছলি পৰা পথত পুনৰ এবাৰ খোজ দিছো নাজানো জীৱনে কিমানলৈ আগুৱাই নিয়ে।


-Niyor
জীৱন.......। Assamese Status জীৱন.......। Assamese Status Reviewed by Admin on September 17, 2018 Rating: 5

No comments:

Theme images by sololos. Powered by Blogger.