Exchange

পুৱাই মৰহি যায় যৌৱন, | Assamese Status

পুৱাই মৰহি যায় যৌৱন....


পুৱাই মৰহি যায় যৌৱন,

বিলাই যায় এবুকু সুগন্ধি।

মাতাল কৰে সকলোৰে মন,

নিয়ৰ সিক্ত শেৱালি পাহিয়ে।

শৰতৰ আগজাননী যে

এই শেৱালি জোপাই দিয়ে.......।

 -Niyor


Post a Comment

0 Comments