Asomiya Kobita | হে মৃত্যু ! যদি তুমি আহা ।

হে মৃত্যু ! যদি তুমি আহা ।

হে মৃত্যু !
যদি তুমি আহা
আহাঁ মোৰ প্ৰিয়াৰ ৰঙা গোলাপ চুমাত

মৃত্যু যদি তুমি আহাঁ
আহাঁ মোৰ প্ৰিয়াৰ মেঘ কলা চুলি সুগন্ধত

মৃত্যু যদি তুমি আহাঁ
আহাঁ  মোৰ প্ৰিয়াৰ ফুলকোমল বাহু বন্ধনত

হে মৃত্যু !
যদি তুমি আহাঁ
লৈ যোৱা মোক তোমাৰ যলৈকে ইচ্ছা

কিন্তু 'হে ৰাম' নহয় ,
মোৰ প্ৰিয়াৰ নাম
মোৰ মুখেৰে উচ্চাৰিত কৰি যোৱা !

ৰাতিবোৰে খেদি আহে |Assamese Status For WhatsApp and Facebook

ৰাতিবোৰে খেদি আহে

Asomiya Kobita, Assamese Poemassamese love poem,love quotes in assamese language,assamese sad picture,assamese whatsapp dp,assamese status for fb,whatsapp status in assamese language
short assamese whatsapp status,assamese short status,assamese status in english,assamese status for whatsapp,status in assamese language,assamese status for lo

এটা কবিতা...কেবল তোমালৈ..Assamese Love Status For WhatsApp and Facebook | Assamese Status

 Assamese Status For WhatsApp and Facebook

এটা কবিতা...কেবল তোমালৈ..Assamese Poem | Assanese Photo Status

এটা কবিতা...কেবল তোমালৈ..

অনুভূতিবোৰ এনেকুৱাই....

নিয়ম নামানি আগুৱাই যায়...

বাৰিষাৰ পাৰ ভঙা শাওনৰ দৰে আহে ঢৌ...

ধুৱাই লৈ গুচি যায় ৰীতি-নীতি বিশ্বাস....

জোৰকৈ ঢাকিব খুজিলেও 

উদং হৈ যায় বাৰে বাৰে

হৃদয় তামিঘৰাৰ কাণ্ডপট ! 

হয়তো পলম হ'ল..

তথাপিও যে মনে বাৰে বাৰে কয়...

তুমি মোৰ...মাথোঁ মোৰ...

...
পঢ়ি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব....
Because sharing is caring!

Asomiya Kobita, Assamese Poemassamese love poem,love quotes in assamese language,assamese sad picture,assamese whatsapp dp,assamese status for fb,whatsapp status in assamese language
short assamese whatsapp status,assamese short status,assamese status in english,assamese status for whatsapp,status in assamese language,assamese status for love

Asomiya Kobita, | Assamese Photo Status free download,

Asomiya Kobita, | Assamese Photo Status free download,

হেমন্তৰ বৰ্ণিল অৰণ্য এটাত....
কৰবাত অকলশৰে বহিবলৈ মন গৈছে।
স্তব্ধতাই ভৰ কৰা গুণগুণ দুপৰীয়াটিক অলপ বুজিবলৈ মন গৈছে।
সৰাপাতৰ শেতেলীত এবাগৰ মাৰি বুকু ভৰাই উশাহ ল'বলৈ মন গৈছে সেই হেৰুৱা সুবাস..
শৈশৱ কোলাতেই যাক এৰি থৈ ঢাপলি মেলিছিলোঁ...
অকণমান ডাঙৰ হওচোন বুলি...
কাহিলি কাহিলি পুৱা সেই ফুল বুটলা দিনবোৰ...
আকৌ এবাৰ ঘূৰাই পাবলৈ মন গৈছে....

,