Exchange

Untold জীৱনৰ আৱেগিক Status | অসমীয়া জীৱনৰ আৱেগিক Quotes


 Untold  জীৱনৰ  আৱেগিক Status | অসমীয়া জীৱনৰ আৱেগিক Quotes

 

 

 

assamese heart touching quotes,assamesestatus,assamese status,assamese quotation,assamese quotes,assam quotes,assam status,assamese shayari,অসমীয়া,assamese poem,poem assamese,status happy life,swami vivekananda bani,মহৎ লোকৰ বাণী,সুপ্রভাত শুভেচ্ছা,শিক্ষামূলক বাণী,শুভ রাত্রি শুভেচ্ছা,সুপ্রভাত শুভেচ্ছা বার্তা,assamese caption,অসমীয়া কবিতা

 জীৱনত সফল নহলে 
বাৰে বাৰে চেষ্টা কৰা হাৰ মানি নিদিবা,
 কিয়নো 
এজোপা লঠঙা গছেও পাতৰ বাবে অপেক্ষা কৰে ।

 


জীৱনে বহু কথাই শিকালে, কিন্তু আজিলৈকে জীৱনত মানুহক চিনিপাবলৈ নিশিকিলো ।



caption status	 status happy life	 motivational facebook status	 বন্ধুকে নিয়ে স্ট্যাটাস	 application in assamese	 ঈদ মোবারক শুভেচ্ছা	 শিক্ষামূলক বাণী	 sad written status	 swami vivekananda bengali quotes	 heart touching status for love	 motivational status for fb	 instagram status love	 জন্মদিনের শুভেচ্ছা বার্তা	 মা কবিতা	 heart status	 সুপ্রভাত শুভেচ্ছা বার্তা	 heart touching status love	 kosto status	 ঈদ মোবারক	 assamese poem

জীৱনৰ প্ৰতিটো খোজোঁতে বাধা আহিব 
আৰু 
সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই
 সফলতা ।



ধীৰে ধীৰে হওঁক লাগে, কিন্তু আগবাঢ়ি যাবলৈ চেষ্টা কৰাই জীৱনৰ আচল লক্ষ্য। 

ধীৰে ধীৰে হওঁক লাগে,
 কিন্তু আগবাঢ়ি যাবলৈ
 চেষ্টা কৰাই জীৱনৰ আচল লক্ষ্য।

 জীৱনত মাত্ৰ দুজন বন্ধু লাগে 
এজন কৃষ্ণৰ দৰে
 যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে 
আৰু 
আনজন কৰ্ণৰ দৰে
যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে।
 

assamese heart touching quotes,assamesestatus,assamese status,assamese quotation,assamese quotes,assam quotes,assam status,assamese shayari,অসমীয়া,assamese poem,poem assamese,status happy life,swami vivekananda bani,মহৎ লোকৰ বাণী,সুপ্রভাত শুভেচ্ছা,শিক্ষামূলক বাণী,শুভ রাত্রি শুভেচ্ছা,সুপ্রভাত শুভেচ্ছা বার্তা,assamese caption,অসমীয়া কবিতা
 

ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন ।


জীৱনে বহু কথাই শিকালে, কিন্তু আজিলৈকে জীৱনত মানুহক চিনিপাবলৈ নিশিকিলো ।


মোৰ HEARTBEAT বঢ়াবৰ বাবে তোমাৰ নামটোৱেই যথেষ্ট ।


assamese heart touching quotes assamesestatus assamese status assamese caption assamese love quotes জীৱনৰ আৱেগিক status অসমীয়া উক্তি assamese dialog assamese dialogue assamese love shayari assamese love status assamese motivational quotes sad status assamese অসমীয়া ষ্টেটাছ assamese caption for instagram অসমীয়া প্ৰেমৰ status অসমীয়া প্ৰেমৰ বাণী sad assamese status অসমীয়া ডাইলগ দুখৰ status
তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা, যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও তেওঁক পাহৰিব নোৱাৰা ।


আচলতে মই বেয়া নাছিলোঁ, পৰিস্থিতিয়ে মোক বাদ্য কৰালে বেয়া হবলৈ ।


assamese heart touching quotes assamesestatus assamese status assamese caption assamese love quotes জীৱনৰ আৱেগিক status অসমীয়া উক্তি assamese dialogue assamese dialog assamese love shayari sad status assamese assamese motivational quotes assamese love status অসমীয়া ষ্টেটাছ অসমীয়া শায়েৰী অসমীয়া প্ৰেমৰ বাণী অসমীয়া প্ৰেমৰ status niribili assamese quotes assamese caption for instagram sad assamese status
ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন ।


যদি কোনোবা এনেকুৱা এজন থাকিলেহেঁতেন যি কাষলৈ আহি কয় "দুখ নকৰিবা, তোমাৰ দুখত মোৰো দুচকু সেমেকে " ।



তুমি মোৰ নামটো জানা, মোৰ কাহিনী নাজানা, তুমি মোৰ হাঁহিবোৰ দেখা, দুখবোৰ দেখি নোপোৱা, তুমি মোৰ ওঁঠদুটিক পঢ়িব পাৰিব মনটোক নোৱাৰা ।





এজন ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান আঁতৰি অহা তাটোতকৈ কঠিন পাহৰিব খোজাটো অসম্ভৱ ।











আঘাত দিলেহে কোন কেনেকুৱা চিনি পাব পাৰি, ঠিক একেদৰে বিপদত পাৰিলেহে বন্ধু চিনি পাব পাৰি ।



লক্ষ্যত উপনীত নহলে হতাশ নহবা জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়, এবাৰ নোৱাৰিলে হাজাৰ বাৰ চেষ্টা কৰা নিশ্চয় এদিন জয়ী হবা ।

নিজৰ জীৱনটো আনৰ বাবে উঁচুৰ্গা কৰি দিব পৰা জনেই হল, আমাৰ মা-দেউতা ।

আজি যিজনে তোমাক অৱহেলা কৰিছে, 
গুৰুত্ব দিয়া নাই , 
ধৈৰ্য ধৰা, 
এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হব ।


এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।


assamese heart touching quotes জীৱনৰ আৱেগিক status assamese status assamese quotes অসমীয়া উক্তি sad status assamese assamese love status অসমীয়া শায়েৰী অসমীয়া প্ৰেমৰ বাণী assamese caption for instagram assamese shayari অসমীয়া ডাইলগ motivational quotes in assamese assamese shayari text দুখৰ status সুপ্ৰভাত বাণী assamese love lines শিক্ষক দিৱসৰ শুভেচ্ছা শিক্ষক দিৱস শুভেচ্ছা অসমীয়া caption instagram

    ভাল কিতাপক
 আৰু
 ভাল মানুহক
 সকলোৱে সহজতে
 বুজি নাপায় ।
 
 

ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Untold জীৱনৰ আৱেগিক Status যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব ।










অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,  সেই বাবে আৰু Untold জীৱনৰ আৱেগিক Status  পাবলৈ আমাৰ ৱেবচাইট www.statusinassamese.com ৰ লগত থাকক ধন্যবাদ।  

Post a Comment

0 Comments