Untold জীৱনৰ আৱেগিক Status | অসমীয়া জীৱনৰ আৱেগিক Quotes
জীৱনত সফল নহলে
বাৰে বাৰে চেষ্টা কৰা হাৰ মানি নিদিবা,
কিয়নো
এজোপা লঠঙা গছেও পাতৰ বাবে অপেক্ষা কৰে ।
![]() |
জীৱনে বহু কথাই শিকালে, কিন্তু আজিলৈকে জীৱনত মানুহক চিনিপাবলৈ নিশিকিলো । |
জীৱনৰ প্ৰতিটো খোজোঁতে বাধা আহিব
আৰু
সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই
সফলতা ।
ধীৰে
ধীৰে হওঁক লাগে,
কিন্তু আগবাঢ়ি যাবলৈ
চেষ্টা কৰাই জীৱনৰ আচল লক্ষ্য।
জীৱনত
মাত্ৰ দুজন বন্ধু লাগে
এজন কৃষ্ণৰ দৰে
যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে
আৰু
আনজন
কৰ্ণৰ দৰে
যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে।
assamese heart touching quotes,assamesestatus,assamese status,assamese quotation,assamese quotes,assam quotes,assam status,assamese shayari,অসমীয়া,assamese poem,poem assamese,status happy life,swami vivekananda bani,মহৎ লোকৰ বাণী,সুপ্রভাত শুভেচ্ছা,শিক্ষামূলক বাণী,শুভ রাত্রি শুভেচ্ছা,সুপ্রভাত শুভেচ্ছা বার্তা,assamese caption,অসমীয়া কবিতা
![]() |
ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন । |
![]() |
জীৱনে বহু কথাই শিকালে, কিন্তু আজিলৈকে জীৱনত মানুহক চিনিপাবলৈ নিশিকিলো । |
![]() |
মোৰ HEARTBEAT বঢ়াবৰ বাবে তোমাৰ নামটোৱেই যথেষ্ট । |
![]() |
তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা, যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও তেওঁক পাহৰিব নোৱাৰা । |
![]() |
আচলতে মই বেয়া নাছিলোঁ, পৰিস্থিতিয়ে মোক বাদ্য কৰালে বেয়া হবলৈ । |
![]() |
ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হল দুই আত্মাৰ মহামিলন । |
![]() |
যদি কোনোবা এনেকুৱা এজন থাকিলেহেঁতেন যি কাষলৈ আহি কয় "দুখ নকৰিবা, তোমাৰ দুখত মোৰো দুচকু সেমেকে " । |
![]() |
তুমি মোৰ নামটো জানা, মোৰ কাহিনী নাজানা, তুমি মোৰ হাঁহিবোৰ দেখা, দুখবোৰ দেখি নোপোৱা, তুমি মোৰ ওঁঠদুটিক পঢ়িব পাৰিব মনটোক নোৱাৰা । |
এজন
ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান আঁতৰি অহা তাটোতকৈ কঠিন পাহৰিব খোজাটো অসম্ভৱ ।
এজন
ভাল বন্ধু বিচাৰি পাবলৈ বহুত টান আঁতৰি অহা তাটোতকৈ কঠিন পাহৰিব খোজাটো অসম্ভৱ ।
আঘাত
দিলেহে কোন কেনেকুৱা চিনি পাব পাৰি, ঠিক একেদৰে বিপদত পাৰিলেহে বন্ধু চিনি পাব
পাৰি ।
লক্ষ্যত
উপনীত নহলে হতাশ নহবা জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়, এবাৰ নোৱাৰিলে হাজাৰ বাৰ
চেষ্টা কৰা নিশ্চয় এদিন জয়ী হবা ।
নিজৰ
জীৱনটো আনৰ বাবে উঁচুৰ্গা কৰি দিব পৰা জনেই হল, আমাৰ মা-দেউতা ।
আজি
যিজনে তোমাক অৱহেলা কৰিছে,
গুৰুত্ব দিয়া নাই ,
ধৈৰ্য ধৰা,
এদিন তোমাকে তাৰ বহুত
বেছি প্ৰয়োজন হব ।
![]() |
এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা । |
ভাল
কিতাপক
আৰু
ভাল মানুহক
সকলোৱে সহজতে
বুজি নাপায় ।
ধন্যবাদ আপোনাক
ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Untold জীৱনৰ আৱেগিক Status যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব ।
0 Comments