Assames Status | Assamese Status for Fcebook and WhatsApp 2018

 Assames Status for Fcebook and WhatsApp 2018

যোৱা বাটেৰেই গৈ আছিলো..
হঠাৎ...থমকি ৰ'লো..!
পাছলৈ ওভতি চালো !
মই দেখোন একেই আছো..!!
অকলশৰে...অকলশৰে...
চিৰদিন....চিৰকাল.....


 পঢ়ি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব....
Because sharing is caring!

Assames Status for Fcebook and WhatsApp 2018

Assames Status for Fcebook and WhatsApp 2018
#গোপানীয়

বন্ধু, কি বুজিবা পাঞ্চালীৰ দুখ ??
বাৰু বাদ দিয়া..
সেয়া এক অন্য ইতিহাস...
দৰাচলতে,
অন্য নহয়...
অনন্য !! 

 

Assamese Love Poem | ভালপোৱাত কি বিচৰা তুমি

| Assamese Love Poem | 
"ভালপোৱাত কি বিচৰা তুমি?"
তেওঁ সুধিছিল...
একাকীত্বত নিমগ্ন এটি ৰাতি...
মৌনতাৰ গড়াল খুলি,
পাৰ ভাঙি বৈ আহিছিল
আবেগৰ ঢৌ...
"আকাশৰ জানো সীমা বিচাৰি পায় কোনেও ??
অথবা চুবলৈ তাক??"
মই কৈছিলোঁ...
নাজানো...হয়তো নাপায়...
তেওঁৰ সহজ উত্তৰ...
এৰা...বৰ বেছি নভবাকৈয়ে,
কিছুমান কথা কৈ দিব পাৰি..
দি দিব পাৰি সহজ উত্তৰ...
অথবা নিজে নভবাকৈয়ে কাৰোবাক
ভাৱনাত বিভোৰ হ'বলৈ দিব পাৰি...
এই যে তুমি হঠাতেই সুধি দিলা কথাষাৰ...
ভালপোৱাত কি বিচাৰো মই...??
মই?? বৰ বেছি একো নিবিচাৰো জানা...
বিচাৰো মাথোঁ...

এসাগৰ ভালপোৱা...