Exchange

Assamese Breakup Status | অসমীয়া দুখৰ Status | Sad Assamese Status

Assamese Breakup Status | অসমীয়া দুখৰ Status | Love Breakup Status Assamese

 


➤কপালত আছে  নে নাই নাজানো হৃদয়ত  আছা আৰু সদাই থাকিবা |



➤সকলোতকৈ বেছি বেয়া তেতিয়া লাগে, যেতিয়া আপোনজনক নিজৰ কথা বিশ্বাস কৰিবলৈ প্ৰমান দিয়াৰ প্ৰয়োজন হয়।


➤মা একমাত্ৰ নাৰী যাৰ লগত বহুত কাজিয়া হব পাৰে কিন্তু
কেতিয়াও breakup নহয়।



➤হয় আমি দুখীয়া।

কাৰণ দেউতা এ আনক ঠগি নিজে ধনী হোৱাৰ সপোন নেদেখে।
লাগিলে কষ্ট কৰি উপাৰ্জন কৰিব ।



➤জীৱনটো সুখী কৰিবলৈ হলে নিজৰ দুখৰ আৰু আনৰ সুখৰ হিচাপ কৰিবলৈ এৰি দিয়ক।


➤সঁচা প্ৰেম অন্নৰৰে আৰম্ভ হয় , শৰীৰৰে নহয় ।
অন্তৰখন নিজৰ কৰিব পাৰিলে,
পিছত শৰীৰটো নিজৰ কৰিব পাৰিবা।





                               Assamese Breakup Status | অসমীয়া দুখৰ Status



➤মানুহৰ মুখৰ ভাষা যেতিয়া অসহায় হৈ যায়..
তেতিয়াই চকুপানীয়ে কথা কয়..




➤দুখীয়া ঘৰত জন্ম ললে বুজা যায় পৃথিৱীটো কিমান কঠিন ।



➤এবাৰ নহয় ..দুবাৰ নহয়.. হাজাৰ বাৰ কাজিয়া লাগি সম্পৰ্কত ফাট মেলিলেও।। সঁচা ভালপোৱা কেতিয়াও হাৰি নাযায়।।
আকৌ, সম্পৰ্ক ঠিক হৈ যায়।।



➤জীৱন যি পাব লগা আছে সকলো সময় থাকোঁতেই আদৰি লওঁক, কিয়নো  জীৱনে সুযোগ কম দিয়ে আৰু প্ৰতাৰণা বেজী কৰে।




➤ঘৰখন কিমান ডাঙৰ , সেইটো কোনো কথা নহয় ।
ঘৰখন প্ৰকৃততে কিমান সখী
সেইটোহে ডাঙৰ কথা।



➤নিজৰ ভাগ্যৰ ওপৰত বিশ্বক নকৰিব,
নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক।





➤মানুহবোৰ ও বৰ আচৰিত ধৰণৰ এনেই time কাৰো নাথাকে কিন্তু তিমে time pass  সকলোৱে কৰি আছে



➤দূৰত্বই একোটা সম্পৰ্কৰ শেষ কেতিয়াও কৰিব নোৱাৰে !!
কিন্তু
মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে !!




➤মোৰ জীৱনৰ নীতি একেবাৰে সাধাৰণ....
তুমি মোৰ লগত ভাল ব্যৱহাৰ কৰিবা..
মই তোমাৰ লগত ভলৰো ভাল ব্যৱহাৰ কৰিম।।।।

Love Breakup Status in Assamese


➤আগতে প্রেম অন্ধ আছিল সেই ই ধনী দুখীয়া জাত পাত একো নেদেখিছিল



➤তাৰ পিছত প্ৰেমৰ চকুৰ অপাৰেচন হল আৰু আজিকালি ই টকা পইচা ,বেংক বেলেঞ্চ সকলো দেখে




➤সপোন মইও দেখোঁ,
কিন্তু
মধ্যেবিও বাবে সকলোবোৰ সপোন পূৰণ কৰিব নোৱাৰো





➤ৰাতিপুৱা মই ,
সাৰ পাই উঠিযেই মোবাইলৰ displayত চকু ফুৰাও'''
আৰু মাথোঁ বিচাৰো মোবাইল স্কিনত জিলিকে থাকক তোমাৰ নামত অহা অটা মেছেজ...





➤যাৰ লগত কথা পাতিব পৰা নাই ,
তেওঁৰ ফটবোৰ চাই মই সুখী।
যাক জীৱনৰ নাপাওঁৱে !
তেওঁৰ কথা ভাবিয়েই সুখী!
অতীত পাৰ হৈ গল -
মিঠা অনুভূতি বোৰতে সুখী,
ভৱিষ্যতৰ বিষয়ে একো নাজানো অপেক্ষাত সুখী !
তুমি যাতে সুখত থাকা তাকে লৈ মইয়ো সুখী।।।।



                 Assamese Breakup Status | অসমীয়া দুখৰ Status






➤ভাল সপোন বোৰত জুই লগাই দিছোঁ,
যাতে নতুন সপোন বোৰে ভালদৰে পাহি মেলে।।।।।।




➤জীৱনত সুখী হবলৈ হলে টকাক পকেটত ৰাখিবলৈ শিকক!!
মগজুত নহয় আৰু আশা নিজক লৈ কৰক ; আনক লৈ নহয় ।।।






➤এবাৰ দুখীয়াৰ ঘৰত জন্ম লৈ চাবা...
তেতিয়া বুজিবা এই জীৱনটো, সমাজখন কিমান কঁঠিন।




➤ভুল
 সেইজনৰ হয়... যি পৰিশ্ৰম কৰে ।
অকৰ্মী
   ৰ জীৱন টো
আনৰ বেয়া বোৰ
খুচুৰি থকাটোৱেই
শেষ হৈ যায়..





➤হৈত্য এইটোৱেই যে টকা পইচা নাথাকিলে কোনো কাৰো আপোন নহয়



➤সদায় মনত ৰাখিবা শান্তিৰ দিন পাবলৈ হলে দুখৰ দিনৰ লগত যুদ্ধ কৰিবই লাগিব ।




➤মানুহৰ মুখৰ ভাষা যেতিয়া অসহায় হৈ যায় তেতিয়া চকুপানীয়ে কথা কয়..।




➤না ঘুৰাই পাইছো
না পাহৰিব পাৰিছো
মাথোঁ স্মৃতি হৈয়ে ৰল
শৈশৱৰ সেই মধুৰ দিনকেইটা।।।


Tag: assamese whatsapp status video,assamese love story,breakup tips in assamese,breakup motivation in assamese,assamese status,status assamese,breakup status bf,whatsapp status video,love advice in assamese,assamese new song,sed story in assamese,assamese sad love story,assamese sad status,assamese status sad,assamese status love

Post a Comment

0 Comments