Exchange

Assamese Funny Status for WhatsApp | Assamese Status

Assamese Funny and Love Status for WhatsApp


 

 ➦জীৱনত অন্য একো আশা নাই মাত্ৰ এতিয়া কাৰোবাৰ  Friendaversaryত পাৰ্টি দিবাদেই বুলি পোষ্ট দিয়া বোৰে খোৱা পাৰ্টি এটা খাবলৈ পালেই হৈ যাব


➦লগৰ কোনোবাই গান এটা খুজিলে Whatsapp ত দিবলৈ সময় নোপোৱা হেৰামীকেইটাই সেইতো গান ছোৱালী এজনীয়ে খুজিলে ঘৰত গৈ xenderত দি থৈ আহিব।


➦নতুন চোলা আনিবলৈ ভয়ে লগা হল।
 যিমান হে জুনিয়ৰ কলেজে আছে।
কোনোবা নহয় কোনোবা কলেজৰ উনিফর্মৰ লগত মিলি যায়।


➦Difference Between GF/BF and Husband/Wife
 GF/BF- কালি যিটো বেলেগৰ আছিল আজি সেইটো তোমাৰ কাইলে আন কাৰোবাৰ হৈ যাব।
 Husband/Wife-কালি যিটো বেলেগৰ আছিল আজি সেইটো তোমাৰ কাইলে তোমাৰেই হৈ থাকিব ।
 

➦কলা পেন্ট,টি-চাৰ্ট,জোতা মোৰো আছে কিন্তু Black lover বুলি হে ফটো দিয়া নহল। এতিয়া চিন্তা হৈছে ৰাইজে এঘৰীয়া নকৰেতো।

 
➦কেতিয়াবা কিছুমানৰ পৰা Hi Hellow মেছেজ পাওঁ।
 ৰিপ্লাই দিও যদিও আকৌ ঘূৰাই মেছেজ নাপাওঁ।
 মাৰিলো নে জীয়াই আছো টেষ্ট কৰি চাই নি বাৰু??
 

 ➦বিয়াৰ বয়স হলে আগতে ঘৰৰ মানুহে লৰাক কৈছিল,

#নিজৰজাতৰছোৱালীএজনীআনিবি।

তাৰ পাছত কবলৈ ধৰিলে,
"#ভালব্যৱহাৰপাতিকৰাছোৱালীএজনীআনিবি"

তাৰ পাছত কবলৈ ধৰিলে,
"#ভালসংস্কাৰথকাছোৱালীএজনী_অনিবি।"

আজি কালি  কবলৈ ধৰিলে,
"#বোপাইঅতইআকৌছোৱালীহেআনিবিদেই"


 ➦#সঁচাইইংৰাজীতোবৰহেৰামিভাষা
foreigner বুলিলে আমাৰ ধুনীয়া ৰঙা বগা মানুহৰ কথাই মনলৈ আহে।
 কিন্তু
সেই একেটা শব্দ অসমীয়াত শুনিলে কিন্তু বাংলাদেশী সোপাহে মনলৈ আহে।

 
➦একলেণ্ড বন্ধ হোৱাৰ আগদিনা গৈ অহা সকলেও আকৌ "আমি একলেণ্ড ৮ বছৰ আগতেই গৈছিলো" বুলি কৈ দিয়ে।


  ➦পুৰণি ফটোত হাঃ হাঃ ৰিয়েক্ট দেখিলে এটা কথাই ভাবো,
আজি যিকেইখন ফটোত Love ৰিয়েক্ট দি আছে হেৰামি সতে ভৱিষ্যতে তাতো হাঃহাঃ ৰিয়েক্ট দিব


 ➦স্কুতি লৈ যোৱা ছোৱালী এজনীৰ এক্সিডেন্ট হল ।
কেনেকৈ শুনক, "তাই গৈ আছিল মুখৰ আগত ছাগলী এটা ওলালে ব্ৰেক নামাৰি চিঞৰ মাৰি দিলে।"

 
➦পৃথিৱীৰ কাষেৰে আৰু কিমান দিনলৈ ক্ষতিকাৰক ৰশ্মি পাৰ হব?
 মোবাইল ওলোৱাৰে পৰা  এইটো মেছেজ মানে সপ্তাহত তিনিদিন মান পাওঁ।


➦ড্ৰিমলেণ্ডৰ মূল প্ৰৱেশ দুৱাৰতে প্ৰেছাব-গাৰ এটা বনাই তাত কামফেৰা কৰা সকলকহে সোমাবলৈ দিয়া হব।
ইতি ড্ৰিমলেণ্ড সুৰক্ষা সমিতি


➦একলেণ্ড এৰি
ৰাইজ এইবাৰ ড্ৰিমলেণ্ডলৈ ৰাওনা হৈছে।
অহা বছৰ সেইখনো বন্ধ নহলেই হৈছে। কিবা সুৰক্ষা সমিতি এখন লাগিছিল


 ➦আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক ❌
আজিৰ শিশু কাইলৈ কোনো দলৰ ছাত্ৰনেতা ✔

  
➦প্ৰথম দেখোঁতে কিমান সৰু নাইবা ডাঙৰ হব ধৰিব নোৱাৰি   "বা"
বুলি মাতিলোঁৱেই যেনিবা।
ইমান ঘোপাকৈ চাব লাগে নে?


➦নতুন জোতা এযোৰ কিনি আপডেট দিয়া সকলেও আকৌ পথাৰৰ ফটো দেখিলে ফিচিঙা ফিচিঙ কৰে।
মাৰিলেই যেনিবা পথাৰত ফটো এখন তাতে কি জগৰ নিজৰ সংস্কৃতি  কৰিছে দেখুৱাইছে তাতে কি হল।


 
➦ছোৱালীবোৰৰ ডিঙিত ওলমি থকা
কাপোৰখন আগতে উৰ্ণা আছিল ।
তাৰপিছত দুপাত্তা হ'ল ।তাৰপিছত একপাত্তা ।
তাৰপিছত গলপাত্তা ।
আজিকালি সেইখন নাপাত্তা হ'ল ।।


➦চাল্লা মিলন মহন্ত নামটো ফেক একাউন্ট খুলিলে।তাৰ পোষ্টতো সকলোৱে share কৰাত লাগিছে ভালকৈ চালেই দেখিব আজি ৰাতিপুৱা খোলা একাউন্ট এইটো


➦ৰাইজে নখ জোকাৰি নৈ বোৱাই দিয়া আজিলৈকে দেখা নাই। কিন্তু,
ৰাইজে মূত্ৰ বিসৰ্জন কৰি একলেণ্ড বন্ধ কৰাই দিয়া দেখিছোঁ।


➦নতুনকৈ অনা মোবাইলটো চাৰ্জত লগাই চুইছতো দিছিলো হে মাত্ৰ,ৰাস্তাত কোন হেৰামিয়ে জানো বুলেটখনৰ এক্সেল ডাল পকাই দিলে জীৱটো কথমপি হে ৰৈছে



➦প্ৰেমিকা ,
হাত কটা প্ৰেমিকা,
তাৰ পাছত আহে এনেকুৱা প্ৰেমিকা
বি:দ্ৰ:-#এনেকুৱাসংস্কাৰীপ্ৰেমিকাএকলেণ্ডতগাধুইপূণ্যঅর্জনকৰাসকলেহেপাই


➦একলেণ্ডৰ কথা বেয়াকৈ কওঁতে এগৰাকীয়ে মোক unfrind কৰিছিল।
এতিয়া তেওঁক লগ পোৱা হলে ভাল আছিল।


➦মাঘৰ বিহুত মেজি নজ্বলিব পাৰে 
তথাপিও অসম বন্ধত টায়াৰ জ্বলিবই


➦দুৰ্ভগীয়া
বহুত  দুৰ্ভগীয়া
তাৰ পাছত আহে,
এই কেইদিনত একলেণ্ড গৈও কামোৰ খোৱা ভয়ত ফটো আপলোড কৰিবলৈ সাহস নকৰা সকল।


➦কিমানৰ প্ৰেম আধৰুৱা হৈ ৰল মাত্ৰ আখৰ বেয়া বুলি চিঠিখন নিদিয়াৰ বাবেই
এতিয়া হোৱাটচএপৰ নম্বৰ পাই চিধা I love you কৈ দিয়া সকলে কি বুজিব


 ➦মা দেউতাই কষ্ট কৰি কৰি আমাৰ মাত ফুটাই দিলে আৰু আমি কথা হোৱাটচএপত পাতো।


➦ আমাৰ লগত দুই ধৰণৰ বন্ধু থাকে
"ঐ ফুৰিবলৈ যাওঁ ব'ল।"
প্ৰথমটো,"অ ঠিক আছে ব'ল"
দ্বিতীয়টো, "এইবাৰ নাযাওঁ nextবাৰ sure যাম"
এই হেৰামিতোৰ nextবাৰ কোনোদিনেই নাহে।
 

➦জীৱন দুদিনীয়া,
অসম বন্ধ ৪৮ ঘন্টীয়া


➦সৰুতে কম্পাছৰ লগত পোৱা Magnifying Glassখনে কাগজ  জ্বলোৱা বাহিৰে আৰু একো কৰি নাপালোঁ।



➦অৱশেষত বন্ধ হল টোল গেটত টকা লোৱা নিয়মটো,
পিছে কিমান দিনলৈ বা?



➦নাজানো বাবেহে সুধিছো দেই
বন্ধটো অসমৰ উপাধি নি বাৰু?



 ➦আমাৰ পাছৰ প্ৰজন্মই মাকৰ আঁচলত লুকাবলৈ আৰু মুখ মচিবলৈ নাপাব কাৰণ জিন্স পেন্ট টি-চাৰ্টৰনো কত আঁচল থাকিব?


 ➦আগতে ভগৱানক পাবলৈ ভক্তি হবলৈ ছমাহ বছৰ তপস্যা কৰিছিল আজি কালি আকৌ মদ ভাং খাই লৈ DJ বক্স এভাগ লগাই গাড়ীত ঘুৰি ফুৰিলেই হৈ যায়

Post a Comment

0 Comments