Exchange

Rakhi Bandhan Funny Status in Assamese | Assamese Status

সাবধান  !!!!!


এই কেইদিনত যদি কোনোবা ছোৱালীয়ে 

আপোনাক কিবা  উপহাৰৰ দিয়ে তেন্তে গ্ৰহন নকৰিব ।

 কাৰন পেকেটৰ ভিতৰত 

ৰাখী থাকিব পাৰে ।
আপোনাৰ অলপ অসাবধানতাই 

আপোনাক ভাই বনাই দিব পাৰে।

-niyor

Post a Comment

0 Comments