Exchange

Happy Independence Day Wishes In Assamese Status For Fcebook ,WhatsApp.| Assamese Statsu

Happy Independence Day Wishes In Assamese Status For Fcebook ,WhatsApp.



১৫ আগষ্ট...স্বাধীনতা দিৱস



তিনি বৰণীয়া জাতীয় পতাকা
 নীল আকাশত নাচে
ওপৰে গেৰুৱা, মাজত শুকুলা
তলত শ্যামল আছে।
বগাৰ মাজত অশোক চক্ৰ
চিত্ৰ জিলিকি ৰয়!
আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয়।

________________________________________




Post a Comment

0 Comments