HAPPY FRIENDSHIP DAY | Assamese Status 2018
বন্ধুত্ব এনে এটি শব্দ, যাৰ পৰা জীৱনক পৃথক কৰিব নোৱাৰি
➦ বন্ধুত্বৰ বাবে কোনো নিৰ্দিষ্ট দিন নাই
বুলি আৰম্ভ কৰি Friendship dayৰ
৩০টা মান পোষ্ট দিয়া সকলৰ
লেভেলেই বেলেগ
➦Friendship day বুলি লগৰ কেইটাৰ
ফটো দুখনমান দিবলৈ মন আছিল।
কিন্তু কোনোবা এটা বাদ পৰি গলেই
কুকুৰে নোখোৱা গালি খাম। নিদিয়াই ভাল
ফটো দুখনমান দিবলৈ মন আছিল।
কিন্তু কোনোবা এটা বাদ পৰি গলেই
কুকুৰে নোখোৱা গালি খাম। নিদিয়াই ভাল
0 Comments