Exchange

আমি যিবোৰে | Assamese Kobita Video

আমি যিবোৰে | Assamese Kobita Video


"আমি যিবোৰে".....
নৱপ্ৰজন্মৰ হৃদয়ে হৃদয়ে বিয়পি থকা অনুভৱবোৰক ব্যক্ত কৰাৰ এক নিঃকিন প্ৰয়াস....সুখ, দুঃখ, অভিমান, হাঁহি-আনন্দ, আত্মসন্মানৰ নুবুজা সন্ধিৰ এক সংমিশ্ৰণত গঢ় দিবলৈ কৰা এক সামান্য চেষ্টা...আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব...😊😊










ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব..
Because sharing is caring ! 😊😊😊

Post a Comment

0 Comments