Exchange

Assamese Status | Assamese Sad Status For Whatsapp | মই...অ মই জানো.. |

Assamese Status | Assamese Sad Status For Whatsapp | মই...অ মই জানো... |




মই...
    অ মই জানো..তুমি অভিমানী,



মই...
    অ মই জানো...মই তোমাক বেছি সময় দিব নোৱাৰো..

মই...
   অ মই জানো..তুমি তোমাৰ অন্তৰৰ ..

মই...
    অ মই জানো...তোমাৰ দৰে খং কৰিব.....

মই...
   অ মই জানো...তোমাৰ দৰে ৰোমান্টিক....

মই...
  অ মই জানো...তুমি মোক বহুত বেছি ভালপোৱা বাবেই...

মই...
  অ মই জানো..বেছি সাজি-কাচি বন্ধু-বান্ধবৰ

মই....
   অ মই জানো...তুমি মোক খুব বেছি ভালপোৱা.....




Post a Comment

0 Comments