Exchange

Asomiya Kobita 2018 | ডায়েৰী..

 Asomiya Kobita 2018 | ডায়েৰী..

ডায়েৰী
 

ডায়েৰীয়ে বিষাদ কঢ়িয়ায় মনৰ..
কঢ়িয়ায় সুখ...
কোনেও নেদেখা, কোনেও নুবুজা
অনুভূতিবোৰ সামৰি সামৰি
ডায়েৰী ৰৈ থাকে...
মোৰ স'তে গৈ থাকে...
আত্মাৰ এটি অংশ হৈ...
এন্ধাৰৰ পৰা পোহৰ হৈ..
প্ৰেমৰ এখনি নৈ হৈ বৈ থাকে ডায়েৰী...
হৃদয়ৰ দুৱাৰ খুলি বৈ থাকে
শব্দৰ ফল্গুধাৰা...
ডায়েৰীৰ পাতে পাতে...


 Asomiya Kobita |Assamese Kobita |2018 

Post a Comment

0 Comments