New Assamese Status Photo | Short Assamese Whatsapp Status

ভালপোৱা বুলি কবলৈ.........
কাৰোবাক ভালপোৱা মানে বিবাহ নহয়
ভালপোৱা মানে এজনে আনজন ৰ পতি থকা মৰম আৰু বিশ্বাস
বহুতো কব নোৱাৰা কথাবোৰ প্ৰকাশ কৰা যায় প্ৰেম ভালপোৱা বোৰ আৰম্ভ হয় এটা emoji পৰাই ।
0 Comments