Assamese Funny Shayari

- প্ৰথম শুনিবলৈ পাইছিলোঁ ১২ টা সংগঠন।
- তাৰ পাছত শুনিছিলো ৩৬ টা সংগঠন
- তাৰ পাছত শুনিলোঁ ৪২ টা সংগঠন
- অলপ দিনৰ আগত শুনিলোঁ ৬০ টা সংগঠন।
- আজি শুনিছো, ৭০টা সংগঠন কৃষ্ণহে আও।
ব্লেনকেটৰ তলতো ইমান উম নালাগে,
যিমান উম বাইক চলাওঁতে বাওঁহাতখন
জেকেটৰ জেপত ভৰাই লওঁতে লাগে।
0 Comments