Exchange

জীৱন.......। Assamese Status

জীৱন.......।


কোনোবা এটা ফাল পোহৰ
কোনোবা এটা ফাল আন্ধাৰ।
তথাপিও জানো থমকি ৰম??
পোৱা নোপোৱাৰ দোমোজাই জীৱন।
কেতিয়াবা আন্ধাৰৰ মাজেৰে দেখা পাওঁ পোহৰৰ ৰেঙনি।
আগবাঢ়ি যাওঁ জীৱন বাটত।
সফল হওঁ নে বিফল হওঁ নাজানো
পিছলি পৰা পথত পুনৰ এবাৰ খোজ দিছো নাজানো জীৱনে কিমানলৈ আগুৱাই নিয়ে।


-Niyor

Post a Comment

1 Comments

  1. 1xbet - Best Bet in 1xBet - Download or Install for Android
    1xbet is the best https://tricktactoe.com/ betting app in the world created for esports. It is a https://vannienailor4166blog.blogspot.com/ one casino-roll.com of the safest and most trusted names among players. It offers a www.jtmhub.com user friendly interface 1xbet 먹튀

    ReplyDelete