Exchange

জীয়াই থকাই কেৱল জীৱন নহয়। | Assamese Status



জীয়াই থকাই কেৱল জীৱন নহয়।
হাঁহি কান্দোন সুখ দুখ আশা আকাংক্ষাৰ সমাহাৰে জীৱন, 

কেতিয়াবা সুখ কেতিয়াবা দুখ,

কোনো দৌৰি ফুৰিছে কিবা পোৱাৰ আশাত কোনো দৌৰিছে থকা খিনি হেৰাই নোযোৱাৰ ভয়ত

 

 

Post a Comment

0 Comments