Exchange

এটা কবিতা...কেবল তোমালৈ..Assamese Poem | Assanese Photo Status


এটা কবিতা...কেবল তোমালৈ..

অনুভূতিবোৰ এনেকুৱাই....


নিয়ম নামানি আগুৱাই যায়...


বাৰিষাৰ পাৰ ভঙা শাওনৰ দৰে আহে ঢৌ...


ধুৱাই লৈ গুচি যায় ৰীতি-নীতি বিশ্বাস....


জোৰকৈ ঢাকিব খুজিলেও 


উদং হৈ যায় বাৰে বাৰে


হৃদয় তামিঘৰাৰ কাণ্ডপট ! 


হয়তো পলম হ'ল..


তথাপিও যে মনে বাৰে বাৰে কয়...


তুমি মোৰ...মাথোঁ মোৰ...



...
পঢ়ি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব....
Because sharing is caring!

Asomiya Kobita, Assamese Poemassamese love poem,love quotes in assamese language,assamese sad picture,assamese whatsapp dp,assamese status for fb,whatsapp status in assamese language
short assamese whatsapp status,assamese short status,assamese status in english,assamese status for whatsapp,status in assamese language,assamese status for love

Post a Comment

0 Comments