Asomiya Kobita
শব্দবোৰ হেৰুৱাইছোঁ..
কবিতাবোৰো হেৰুৱাই যাব ধৰিছে..
বিষ এটা উজাই আহিছে ক্ৰমে...
তোমাৰ বুকুৰ পৰা মোৰ বুকুলৈ...
প্ৰতিশ্ৰুতিবোৰে বাট ভেটি নধৰাহেঁতেন...!
খুলি থৈ দিব পাৰিলোঁ হয় বন্ধকত থোৱা হৃদয়খন...
এতিয়া যে হৃদয়ৰ পৰা হৃদয়লৈ...
বহু যোজন বাট!!
Assamese kobita ,Asomiya kobita,Assamese poem,Asomiya poem
1 Comments
সুন্দৰ
ReplyDelete