Exchange

Assames Status | Assamese Status for Fcebook and WhatsApp 2018

 Assames Status for Fcebook and WhatsApp 2018

যোৱা বাটেৰেই গৈ আছিলো..
হঠাৎ...থমকি ৰ'লো..!
পাছলৈ ওভতি চালো !
মই দেখোন একেই আছো..!!
অকলশৰে...অকলশৰে...
চিৰদিন....চিৰকাল.....


 পঢ়ি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব....
Because sharing is caring!

Post a Comment

0 Comments