Exchange

Asomiya Kobita, | Assamese Photo Status free download,

Asomiya Kobita, | Assamese Photo Status free download,


হেমন্তৰ বৰ্ণিল অৰণ্য এটাত....
কৰবাত অকলশৰে বহিবলৈ মন গৈছে।
স্তব্ধতাই ভৰ কৰা গুণগুণ দুপৰীয়াটিক অলপ বুজিবলৈ মন গৈছে।
সৰাপাতৰ শেতেলীত এবাগৰ মাৰি বুকু ভৰাই উশাহ ল'বলৈ মন গৈছে সেই হেৰুৱা সুবাস..
শৈশৱ কোলাতেই যাক এৰি থৈ ঢাপলি মেলিছিলোঁ...
অকণমান ডাঙৰ হওচোন বুলি...
কাহিলি কাহিলি পুৱা সেই ফুল বুটলা দিনবোৰ...
আকৌ এবাৰ ঘূৰাই পাবলৈ মন গৈছে....

Asomiya Kobita, Assamese Poemassamese love poem,love quotes in assamese language,assamese sad picture,assamese whatsapp dp,assamese status for fb,whatsapp status in assamese language
short assamese whatsapp status,assamese short status,assamese status in english,assamese status for whatsapp,status in assamese language,assamese status for love
,

Post a Comment

0 Comments